nibonuwasantha

নিয়োগৰ সম্ভাৱনাময় ক্ষেত্ৰ ✒️দিলীপ দাস

বিশ্বৰ অন্য ঠাইৰ দৰে অসমৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনা ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ পৰিছে পৰ্যটন উদ্যোগ৷ আৰ্থিক বিকাশ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটন খণ্ডৰ ভূমিকা উল্লেখনীয়৷ ২০১৫-১৬ চনৰ তথ্য অনুসৰি পৰ্যটন খণ্ডৰ অংশ অসমৰ জি ডি পিৰ ৫.৫ শতাংশ...

ভাৰতীয় বায়ুসেনাত ৩৫০০ পদ খালী

যদি আপুনি ভাৰতীয় বায়ুসেনা অগ্নিবীৰ হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে আপোনাৰ বাবে ওলাইছে সুযোগ৷ সম্প্ৰতি ভাৰতৰ বায়ুসেনাই অগ্নিবীৰ বায়ু নিযুক্তি ২০২৩ৰ বাবে এক বিজ্ঞাপন প্ৰদান কৰিছে৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বায়ুসেনাত ৩৫০০ পদত প্ৰাৰ্থীক নিযুক্তি...

অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নিযুক্তি

গুৱাহাটী জালুকবাৰীৰ লংকেশ্বৰত অৱস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত খালী থকা নিন্মোক্ত পদত নিযুক্তিৰ বাবে এনচিটিই অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে৷ ১৷ ছ’চিয়েল ছায়েন্স : পিলটিকেল ছায়েন্স/হিষ্ট্ৰী/ইক’নমিক্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে ৫৫ শতাংশ নম্বৰসহ এমএড ডিগ্ৰীধাৰী হ’ব লাগিব৷ নেট/শ্লেট/পিএইচডি আৱশ্যক৷ ২৷...

ভাৰতীয় ৰে’লত ১,০০০ পদ খালী

ভাৰতীয় ৰে’ল বিভাগে ছাউথ ইষ্ট ৰে’লৱে ১,০০০ৰো অধিক খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদনপত্ৰ বিচাৰিছে৷ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ছাউথ ইষ্ট ৰে’লৱে এছিছটেণ্ট ল’ক’ পাইলট, টেকনিচিয়ান, জুনিয়ৰ ইঞ্জিনিয়াৰৰ দৰে পদত প্ৰাৰ্থীক নিযুক্তি দিব৷ দশম শ্ৰেণী উত্তীৰ্ণ ইচ্ছুক...

জনসম্পৰ্কৰক্ষী বিষয়াঃ ✒️ অঞ্জু শাণ্ডিল্য

এক আকৰ্ষণীয় কেৰিয়াৰ হ’ল জনসংযোগ বা জনসম্পৰ্কৰক্ষী বিষয়াৰ কেৰিয়াৰ৷ এইক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হোৱাৰ লগতে সাহিত্য বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী থাকিলে ভাল৷ জনসংযোগ, সাংবাদিকতা বিষয়ৰ ডিগ্ৰী, ডিপ্ল’মা, চাৰ্টিফিকেট থাকিলে নিযুক্তিত অগ্ৰাধিকাৰ পায়৷ তদুপৰি সংবাদ প্ৰতিষ্ঠানৰ লগত সু-সম্পৰ্ক, বিজ্ঞাপন প্ৰস্তুত কৰা, প্ৰবন্ধ...

কোম্পানী ছেক্ৰেটাৰীঃ ✒️ অঞ্জু শাণ্ডিল্য

কোম্পানী সচিব বা ছেক্ৰেটাৰী বৰ্তমান যুগত এক মৰ্যাদাসম্পন্ন বৃত্তি৷ চৰকাৰী-বেচৰকাৰী বাণিজ্যত এই বৃত্তিৰ ব্যাপক পৰিসৰ আছে৷ ইয়াৰ বাবে থকা পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিষ্ঠান, ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰে৷ কোম্পানীৰ প্ৰশাসনীয়,...

সমাজসেৱাত কৰ্মসংস্থানঃ ✒️ অঞ্জু শাণ্ডিল্য

মাষ্টাৰ অব ছ’চিয়েল ৱৰ্ক বা সংক্ষেপে এম এছ ডব্লিউ পাঠ্যক্ৰমত নামভৰ্তি কৰি নিয়োগৰ সুবিধা পাব পাৰি৷ এই পাঠ্যক্ৰমত সমাজসেৱা, মনোবিজ্ঞান, শিক্ষকতা নাৰ্ছিং, এন জি অ’ মেনেজমেণ্ট আদি অধ্যয়ন কৰিব পাৰি৷ ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব৷...

বিভিন্ন বিভাগৰ চাকৰিৰ বাবে যোগ্যতাঃ ফাৰ্মাচিষ্ট  ✒️অঞ্জু শাণ্ডিল্য

এক উজ্জ্বল কেৰিয়াৰ হ’ল ফাৰ্মাচিষ্ট৷ ঔষধ কোম্পানীবোৰে স্মাৰ্ট যুৱক-যুৱতীৰ সন্ধান কৰি থাকে৷ তদুপৰি প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ ফাৰ্মাচিষ্ট ডিগ্ৰী বা ডিপ্লমা’ধাৰী প্ৰাৰ্থীয়ে চৰকাৰী হস্পিতাল, নাৰ্ছিংহ’ম, ঔষধালয়, গৱেষণাগাৰ, প্ৰতিষ্ঠান আদিত নিযুক্তি লাভ কৰে৷ নিজাববীয়াকৈও ফাৰ্মাচী স্থাপন কৰিব পাৰে৷ বিভিন্ন ঔষধ কোম্পানীত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ,...

বিভিন্ন বিভাগৰ চাকৰিৰ বাবে যোগ্যতা ✒️ অঞ্জু শাণ্ডিল্য

সকলোৱে মনে মনে বাছনি কৰি নিজে পচন্দ কৰা কৰ্মসংস্থাপন বিচাৰে৷ বিভিন্ন কৰ্মসংস্থানৰ বাবে যোগ্যতাও বিভিন্ন ধৰণৰ আৰু শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমো বিভিন্ন ধৰণৰ৷ তাৰে কেইটামান হ’ল- এগ্ৰিকালচাৰঃ এগ্ৰিকালচাৰ বা কৃষি প্ৰযুক্তিবিজ্ঞান অধ্যয়নৰ জৰিয়তে কৰ্মসংস্থাপন পোৱাৰ সুবিধা সৰ্বাধিক৷ ভাৰত কৃষিপ্ৰধান দেশ, সেয়ে কৃষিবিষয়ক বিভিন্ন...

হস্ততাঁত বস্ত্ৰশিল্প নীতি ✒️ প্ৰফুল্ল কুমাৰ শইকীয়া

ৰাজ্য চৰকাৰে ১ জানুৱাৰী ২০১৮ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন হস্ততাঁত বস্ত্ৰ নীতি ঘোষণা কৰিছে৷ এই নীতিৰ যোগেদি দিব খোজা উদ্গণিমূলক সাহায্যসমূহ হ’ল— (১) চৰকাৰী ৰেছম বেংকৰ পৰা ক্ৰয় কৰা ৰেছম “ক’কন”ত ১০ শতাংশ ৰাজসাহায্য সৰ্বোচ্চ ২৫ লাখ টকা পৰ্যন্ত...

About Me

44 POSTS
0 COMMENTS
- Advertisement -spot_img

Latest News

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...
- Advertisement -spot_img