অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

Must Read
spot_img
- Advertisement -

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই দুলীয়াজানৰ অইল ইণ্ডিয়াৰ আবাসিক মুখ্য কায্যবাসী বিষয়াক সাক্ষ্যাৎ কৰি এখন বৈঠকত মিলিত হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।তেখেত বিষয় সমূহ গুৰুত্ব সহকাৰে গ্ৰহন কৰে আৰু কায্যকৰী ব্যৱস্থা গ্ৰহনৰ সন্থাক আশ্বাহ প্ৰদান কৰে

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0