অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নিযুক্তি

Must Read
spot_img
- Advertisement -

গুৱাহাটী জালুকবাৰীৰ লংকেশ্বৰত অৱস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত খালী থকা নিন্মোক্ত পদত নিযুক্তিৰ বাবে এনচিটিই অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে৷

১৷ ছ’চিয়েল ছায়েন্স : পিলটিকেল ছায়েন্স/হিষ্ট্ৰী/ইক’নমিক্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে ৫৫ শতাংশ নম্বৰসহ এমএড ডিগ্ৰীধাৰী হ’ব লাগিব৷ নেট/শ্লেট/পিএইচডি আৱশ্যক৷

২৷ মেথমেটিক্স : মেথমেটিক্সত এমএছচি ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও ৫৫ শতাংশ নম্বৰসহ এমএড ডিগ্ৰীধাৰী হ’ব লাগিব৷ নেট/শ্লেট/পিএইচডি আৱশ্যক৷

প্ৰাৰ্থীক প্ৰথম বছৰত ১৮,০০০ টকাৰ বেতন প্ৰদান কৰা হ’ব আৰু ইয়াৰ পাছত ১৪ শতাংশ ডিএ, ইপিএফ, ইএছআই আৰু তিনি শতাংশ বাৰ্ষিক ইনক্ৰিমেণ্ট প্ৰদান কৰা হ’ব৷
প্ৰাৰ্থীয়ে অহা পাঁচ আগষ্টৰ ভিতৰত অনলাইন আৰু অফলাইনযোগে নিজৰ আবেদনপত্ৰ সকলো নথিপত্ৰসহ জমা দিব লাগিব৷ আবেদন প্ৰেৰণৰ ই-মেইল ঠিকনা হৈছে aspmlankeshwar@gmail.com ৷ যোগাযোগৰ ফোন নম্বৰ : ৯৯৫৭৫৬৮৭২০ ৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0