spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

নিবনুৱা সন্থা দাবী প্ৰতি অসম চৰকাৰৰ সহাৰী

Must Read
spot_img
- Advertisement -

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিয়ে যোৱা ইংৰাজী ৮ আগষ্ট ২০২৫ তাৰিখে অসমৰ মাননীয় মুখ্য মন্ত্ৰীক ৩ দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল । স্মাৰক পত্ৰ ২ নং দাবী আছিল যে ।”অসমৰ বিভিন্ন বনভূমি , পথাৰ ,সত্ৰভূমি আৰু চৰকাৰী ভূমিত এই সন্দেহজনক লোকসকলক কোনে সংস্থাপিত কৰিলে তাৰ এটা উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক ।” এই দাবী কায্যকৰী কৰাৰ ব্যৱস্থা ইতিমধ্যে অসম চৰকাৰে গ্ৰহন কৰিছে । এনে সিদ্ধান্ত বাবে সদৌ অসম নিবনুৱা সন্থাই অসম চৰকাৰৰ মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো ।

9 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0