নিবনুৱা সন্থা, অসম

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই দুলীয়াজানৰ অইল ইণ্ডিয়াৰ আবাসিক মুখ্য কায্যবাসী বিষয়াক সাক্ষ্যাৎ কৰি এখন বৈঠকত মিলিত হৈ এখন স্মাৰক...

ড° ভূপেন হাজৰিকা চতুদশ মৃত্যু বাৰ্ষিকি পালন ।

সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত কৰা হয় । পুৱা জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে যৌথ ভাবে ক্ৰমে জেষ্ঠ নাগৰিক...

লখিমপুৰত জনজাতি সুৰক্ষা পৰিষদৰ আলোচনাচক্ৰ

। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি ৰাজ্য আৰু আন্তজাতিক পাৰপত্ৰ আৰু অসমীয়া জাতিৰ সুৰক্ষা কৱচ" শীৰ্ষক আলোচনাচক্ৰ আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত...

গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱ নিব্বাচিত সমিতিক শুভেচ্ছা জ্ঞাপন

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত সভাপতি পদত বিজয়ী খগেন কলিতা ডাঙৰীয়া সাধাৰণ সম্পাদক পদত বিজয়ী অমৰেন্দ্ৰ ডেকা ডাঙৰীয়াকে প্ৰমূখ্য কৰি সকলো বিজয়ী প্ৰাৰ্থীক সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জ্ঞাপন

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি আৰু কামৰূপ জিলা সমিতিয়ে যোৱা ইংৰাজী ২৬ অক্টোৱৰ ২০২৫ তাৰিখে গৰিমা গাৰ্গক তেখেতৰ বাস গৃহত সাক্ষ্যাৎ কৰি সম বেদনা জ্ঞাপন কৰা হয় । কেন্দ্ৰীয় সমিতি আইন উপদেষ্টা নীলমনি হাজৰিকা , প্ৰছাৰ সম্পাদক বদন...

Aiims ৰ উপসঞ্চালকক সাক্ষ্যাৎ

Aiims ৰ উপসঞ্চালকক সাক্ষ্যাৎ কৰি বিভিন্ন বিষয়ত আলোচনা কৰো । এক সুসাদ্যপূৰ্ণ আলোচনা অনুস্থিত হয় । উপসঞ্চালক কামাণ্ডেন টি নগামলিয়ন , টিয়ম দেৱক ধন্যবাদ জ্ঞাপন কৰিলো

নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি বিষয় ববীয়া সকল

আজি সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলে আগন্তক সংগঠনৰ কায্যসূচী সম্পকে এক আলোচনা কৰা হয় ।

About Me

24 POSTS
0 COMMENTS
- Advertisement -spot_img

Latest News

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...
- Advertisement -spot_img