সংস্থাপনৰ পথঃ

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ বিষয় হৈ উঠিছে। শিক্ষাগত যোগ্যতা থাকিলেও বহু যুৱক-যুৱতীয়ে উপযুক্ত চাকৰি লাভ নকৰাৰ ফলত হতাশাৰ সন্মুখীন হৈছে। সেয়েহে নিবনুৱা সমস্যাৰ স্থায়ী...

জনসম্পৰ্কৰক্ষী বিষয়াঃ ✒️ অঞ্জু শাণ্ডিল্য

এক আকৰ্ষণীয় কেৰিয়াৰ হ’ল জনসংযোগ বা জনসম্পৰ্কৰক্ষী বিষয়াৰ কেৰিয়াৰ৷ এইক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হোৱাৰ লগতে সাহিত্য বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী থাকিলে ভাল৷ জনসংযোগ, সাংবাদিকতা বিষয়ৰ ডিগ্ৰী, ডিপ্ল’মা, চাৰ্টিফিকেট থাকিলে নিযুক্তিত অগ্ৰাধিকাৰ পায়৷ তদুপৰি সংবাদ প্ৰতিষ্ঠানৰ লগত সু-সম্পৰ্ক, বিজ্ঞাপন প্ৰস্তুত কৰা, প্ৰবন্ধ...

কোম্পানী ছেক্ৰেটাৰীঃ ✒️ অঞ্জু শাণ্ডিল্য

কোম্পানী সচিব বা ছেক্ৰেটাৰী বৰ্তমান যুগত এক মৰ্যাদাসম্পন্ন বৃত্তি৷ চৰকাৰী-বেচৰকাৰী বাণিজ্যত এই বৃত্তিৰ ব্যাপক পৰিসৰ আছে৷ ইয়াৰ বাবে থকা পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিষ্ঠান, ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰে৷ কোম্পানীৰ প্ৰশাসনীয়,...

সমাজসেৱাত কৰ্মসংস্থানঃ ✒️ অঞ্জু শাণ্ডিল্য

মাষ্টাৰ অব ছ’চিয়েল ৱৰ্ক বা সংক্ষেপে এম এছ ডব্লিউ পাঠ্যক্ৰমত নামভৰ্তি কৰি নিয়োগৰ সুবিধা পাব পাৰি৷ এই পাঠ্যক্ৰমত সমাজসেৱা, মনোবিজ্ঞান, শিক্ষকতা নাৰ্ছিং, এন জি অ’ মেনেজমেণ্ট আদি অধ্যয়ন কৰিব পাৰি৷ ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব৷...

বিভিন্ন বিভাগৰ চাকৰিৰ বাবে যোগ্যতাঃ ফাৰ্মাচিষ্ট  ✒️অঞ্জু শাণ্ডিল্য

এক উজ্জ্বল কেৰিয়াৰ হ’ল ফাৰ্মাচিষ্ট৷ ঔষধ কোম্পানীবোৰে স্মাৰ্ট যুৱক-যুৱতীৰ সন্ধান কৰি থাকে৷ তদুপৰি প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ ফাৰ্মাচিষ্ট ডিগ্ৰী বা ডিপ্লমা’ধাৰী প্ৰাৰ্থীয়ে চৰকাৰী হস্পিতাল, নাৰ্ছিংহ’ম, ঔষধালয়, গৱেষণাগাৰ, প্ৰতিষ্ঠান আদিত নিযুক্তি লাভ কৰে৷ নিজাববীয়াকৈও ফাৰ্মাচী স্থাপন কৰিব পাৰে৷ বিভিন্ন ঔষধ কোম্পানীত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ,...

বিভিন্ন বিভাগৰ চাকৰিৰ বাবে যোগ্যতা ✒️ অঞ্জু শাণ্ডিল্য

সকলোৱে মনে মনে বাছনি কৰি নিজে পচন্দ কৰা কৰ্মসংস্থাপন বিচাৰে৷ বিভিন্ন কৰ্মসংস্থানৰ বাবে যোগ্যতাও বিভিন্ন ধৰণৰ আৰু শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমো বিভিন্ন ধৰণৰ৷ তাৰে কেইটামান হ’ল- এগ্ৰিকালচাৰঃ এগ্ৰিকালচাৰ বা কৃষি প্ৰযুক্তিবিজ্ঞান অধ্যয়নৰ জৰিয়তে কৰ্মসংস্থাপন পোৱাৰ সুবিধা সৰ্বাধিক৷ ভাৰত কৃষিপ্ৰধান দেশ, সেয়ে কৃষিবিষয়ক বিভিন্ন...
- Advertisement -

Latest News

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...
- Advertisement -