সৰ্বোত্তম সুযোগ স্বাস্থ্য খণ্ডত: জাপানত কাম কৰি উপাৰ্জন কৰক ১ লাখ + অভাৰটাইম

Must Read
spot_img
- Advertisement -

চাকৰিৰ প্ৰফাইল : নাৰ্চিং কেয়াৰ
যোগ্যতাৰ মাপকাঠী : উত্তৰ-পূব ভাৰতৰ বাসিন্দা হ’ব লাগিব ৷ কমেও ২০ বছৰ বয়সৰ হ’ব লাগিব ৷ এ.এন.এম বা জি.এন.এম বা বি.এছ.চি থাকিব লাগিব ৷ নাৰ্চিং স্নাতক৷ ফ্ৰেচাৰসকলেও আবেদন কৰিব পাৰে৷ জাপানীজ ভাষা শিকিবলৈ আৰু জাপানত কাম কৰিবলৈ ইচ্ছুক হ’ব লাগিব৷

Home Care Services in Trivandrum and Kochi | Season Two Home Nursing
নিয়োগৰ সুবিধা প্ৰাৰ্থীসকললৈ : দীৰ্ঘম্যাদী কৰ্মসংস্থাপনৰ সৈতে আকৰ্ষণীয় দৰমহা আৰু ভাট্টা৷ অতিৰিক্ত আয়ৰ বাবে অতিৰিক্ত সময়৷ ভাৰতৰ পৰা জাপানলৈ বিমানৰ টিকট৷
জাপানত প্ৰাৰ্থীসকলক সমৰ্থন৷ ভাল আৰু সুৰক্ষিত কৰ্ম পৰিৱেশ৷ (যিসকল প্ৰাৰ্থীৰ পৰিয়ালৰ আয় বছৰি ৭ লাখ টকাৰ কম তেওঁলোকৰ বাবে এই কাৰ্যসূচী)
আবেদন দাখিলৰ শেষ তাৰিখ : ২০ আগষ্ট, ২০২৩
নামভৰ্তিৰ সাক্ষাৎকাৰ আৰম্ভ হ’ব : ২০ আগষ্ট, ২০২৩
নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰম আৰম্ভ হ’ব : ০১ ছেপ্টেম্বৰ, ২০২৩
নামভৰ্তি কৰা প্ৰাৰ্থীসকলে গুৰুগ্ৰামত ৯ মাহৰ বাবে পৃষ্ঠপোষকতাত পূৰ্ণকালীন আৱাসিক জাপানীজ ভাষাৰ প্ৰশিক্ষণ আৰু অন্যান্য নাৰ্চিং ইনপুট লাভ কৰিব৷ পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকক জাপানলৈ নিয়া হ’ব৷ প্ৰশিক্ষণৰ সময়ত প্ৰাৰ্থীসকলক বৰ্ডিং আৰু লজিঙৰ ক্ষেত্ৰতো সহায় কৰা হ’ব৷ (উত্তৰ-পূব পৰিষদৰ পৃষ্ঠপোষকতাত, ড’নাৰ মন্ত্ৰালয়ৰ অধীনত এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে৷)

Tips to Pursue a Successful Nursing Career - Thrive Global

স্পেচিফাইড ফিল্ড ৱৰ্কাৰ (এছ এফ ডব্লিউ) : ভাৰত চৰকাৰ আৰু জাপান চৰকাৰে এছ এছ ডব্লিউৰ প্ৰসাৰৰ বাবে সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছে৷ এছ এছ ডব্লিউ হৈছে নতুন ৰেচিডেন্সি ষ্টেটাছ যিয়ে ভাৰতীয় প্ৰাৰ্থীসকলক জাপানত দীৰ্ঘম্যাদী কাম কৰিবলৈ অনুমিত দিয়ে৷

Trainings to Strengthen Indian Nurses/Midwives Begin Nov. 4 - Jhpiego

সুযোগ : জাপানৰ বয়সস্থ সকলৰ স্বাস্থ্যৰ যত্ন ল’বলৈ, চিকিৎসালয়, আৰু অন্যান্য স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত কাম কৰিবলৈ নাৰ্চিং কেয়াৰ (কেয়াৰ ৱৰ্কাৰ) প্ৰাৰ্থীৰ যথেষ্ট চাহিদা আছে৷
URLৰ জৰিয়তে আবেদন কৰিব পাৰে : https://forms.office.com/t/WammFe4SKQ

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0