সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান কায্যসূচী

Must Read
spot_img
- Advertisement -

আজি ধেমাজি জিলাৰ কছাৰী ময়দানত প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ উদ্যোগত জাতীয় জনগোষ্ঠীয় দল – সংগঠনৰ সহযোগত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান কায্যসূচীত অংশ গ্ৰহন কৰো ।মোৰ লগত সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি সাধাৰন সম্পাদক ভূপেন সোনোৱাল উপস্থিত থাকে । উক্ত প্ৰতিবাদী সভাত মাধুৰ্য শইকীয়াক আক্ৰমন কৰা কায্যক গৰিহনা দিয়া লগতে দুস্কৃতি কাৰীক গ্ৰেপ্তা কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় । এই আন্দ্ৰোলন কোনো জাতি বিৰুদ্ধে নহয় এই আন্দোলন দুস্কৃতি বিৰুদ্ধে।

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0