ভাল খবৰঃ

অভিনন্দন

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত সভাপতি পদত বিজয়ী খগেন কলিতা ডাঙৰীয়া সাধাৰণ সম্পাদক পদত বিজয়ী অমৰেন্দ্ৰ ডেকা ডাঙৰীয়াকে প্ৰমূখ্য কৰি সকলো বিজয়ী প্ৰাৰ্থীক সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

নিবনুৱা সন্থা দাবী প্ৰতি অসম চৰকাৰৰ সহাৰী

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিয়ে যোৱা ইংৰাজী ৮ আগষ্ট ২০২৫ তাৰিখে অসমৰ মাননীয় মুখ্য মন্ত্ৰীক ৩ দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল । স্মাৰক পত্ৰ ২ নং দাবী আছিল যে ।"অসমৰ বিভিন্ন বনভূমি , পথাৰ ,সত্ৰভূমি আৰু...

দায়িত্ব অৰ্পণ

যোৱা ইংৰাজী ১৮ আগষ্ট ২০২৫ তাৰিখে সদৌ অসম নিবনুৱা সন্থা কামৰূপ জিলা সমিতিৰ প্ৰছাৰ সম্পাদক হিচাপে তপন মহন্তক দায়িত্ব অৰ্পণ কৰা হয় । আশা কৰো তেখেতৰ নেতৃত্বত সংগঠনৰ কায্যসূচী সমূহ সুন্দৰ ভাবে প্ৰছাৰ হব ।

বিশ্ববাসীৰ বাবে সু-খবৰ কঢ়িয়াই আনিছে অসমৰ কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে

বিশ্ববাসীৰ বাবে সু-খবৰ কঢ়িয়াই আনিছে অসমৰ কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে। ’ভুগৰ্ভস্থ পানীৰ মাৰাত্মক বিষ’ আৰ্ছেনিক মুক্তকৰণ কেপচুল উদ্ভাৱন হৈছে অসমত৷ ভূগৰ্ভস্থ পানীত আৰ্ছেনিক মুক্তকৰণৰ সহজ পথ উদ্ভাৱনৰে এক ইতিহাস সূচনা কৰিছে এগৰাকী অসম সন্তানে৷ সমগ্ৰ বিশ্বৰ সন্মুখতে এক আহুকাল হিচাপে দেখা দিয়া...

গাখীৰ, পিঠাগুৰি, কেঁচা হালধি, নিম পাতেৰে চাবোন প্ৰস্তুত, জৈৱিক চাবোনেৰে শিৱসাগৰৰ চুমী বৰা শইকীয়াৰ বৃহৎ প্ৰত্যাহ্বান

♦ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিভিন্ন ধৰণৰ চাবোন বজাৰ ভৰি থকাৰ সময়ত অসমতে তৈয়াৰী জৈৱিক চাবোন গ্ৰাহকে আদৰি ল’ব জানো? তেনে প্ৰশ্ন মনলৈ এবাৰো ননাকৈ ঘৰতেই কেৱল জৈৱিক চাবোন তৈয়াৰ কৰা শিৱসাগৰৰ কালুগাঁৱৰ চুমী বৰা শইকীয়া চাবোনৰ ব্যৱসায়ৰে সফল...

বস্ত্ৰ ব্যৱসায়েৰে জাতিৰ সেৱা আই আই এম ডিগ্ৰীধাৰীৰ ✒️ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

গুৱাহাটীৰ প্ৰণৱ তালুকদাৰে ৭০ জন অসমীয়াক সংস্থাপন দিছে৷ দৈনিক অসম৷ ৩-৮-২০২৩ আই আই এম শ্বিলঙৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰণৱ তালুকদাৰে গুৱাহাটীত স্থায়ীভাৱে তৈয়াৰ কৰা কাপোৰৰ জৰিয়তে চুৰাটৰ লগতে বিভিন্ন ৰাজ্যৰ নামী-দামী বস্ত্ৰ কোম্পানীকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে৷ চীনৰ চাংহাই, বেংগালুৰু...

বণিক গোষ্ঠীৰ লগত যুঁজা অসমীয়া মহিলা ✒️ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

♦ শিৱসাগৰৰ বন্দনা কৌশিক বৰদলৈৰ ‘পাহি টেক্সাটাইল’ প্ৰিয় কবি জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ শ্ৰদ্ধা জনাই প্ৰিণ্ট কৰি উলিয়াইছোঁ ‘সূৰ্য হেনো নামি আহে এটা নদীয়েদি’৷ লগতে প্ৰিণ্ট কৰি উলিয়াইছোঁ অতনু ভট্টাচাৰ্যৰ কবিতাৰ মোৰ প্ৰিয় শাৰী ‘প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়৷’...

মেডিয়া প্লাচ এৱাৰ্ড-২০২৩

♦ ১৫ জুলাই শনিবাৰে মেঘালয়ৰ শ্বিলং স্থিত ৰাজ্যিক পুথিভঁৰালত MEDIA PLUS AWARD-2023 প্ৰদান কৰে। মেঘালয়ৰ State Central Library ত মেডিয়া প্লাছ্, অনুপ্ৰেৰণা আৰু ৰিটি একাডেমীৰ উদ্যোগত আয়োজিত বাৰ্ষিক সভাত আৰু ২০২৩ বৰ্ষৰ বিশেষ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা লোকলৈ বঁটা...
- Advertisement -

Latest News

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...
- Advertisement -