সমাজসেৱাত কৰ্মসংস্থানঃ ✒️ অঞ্জু শাণ্ডিল্য

Must Read
spot_img
- Advertisement -

মাষ্টাৰ অব ছ’চিয়েল ৱৰ্ক বা সংক্ষেপে এম এছ ডব্লিউ পাঠ্যক্ৰমত নামভৰ্তি কৰি নিয়োগৰ সুবিধা পাব পাৰি৷ এই পাঠ্যক্ৰমত সমাজসেৱা, মনোবিজ্ঞান, শিক্ষকতা নাৰ্ছিং, এন জি অ’ মেনেজমেণ্ট আদি অধ্যয়ন কৰিব পাৰি৷

Delhi School of Social Work - Wikipedia

ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব৷ যোগাযোগৰ বাবে কেইখনমান শিক্ষানুষ্ঠানৰ ঠিকনা হ’ল- Department of Social Work, MS University of Delhi, Boroda Gujrat. Delhi School of Social Works, University of Delhi, Delhi-1100077, University of Calcutta, Kolkatta, University of Guwahati, Guwahati, All India Institute of Medical Science, New Delhi-110029, Regional College of Nursing, Bhangagarh, Guwahati-781032.

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0