nibonuwasantha

গাখীৰ, পিঠাগুৰি, কেঁচা হালধি, নিম পাতেৰে চাবোন প্ৰস্তুত, জৈৱিক চাবোনেৰে শিৱসাগৰৰ চুমী বৰা শইকীয়াৰ বৃহৎ প্ৰত্যাহ্বান

♦ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ বিভিন্ন ধৰণৰ চাবোন বজাৰ ভৰি থকাৰ সময়ত অসমতে তৈয়াৰী জৈৱিক চাবোন গ্ৰাহকে আদৰি ল’ব জানো? তেনে প্ৰশ্ন মনলৈ এবাৰো ননাকৈ ঘৰতেই কেৱল জৈৱিক চাবোন তৈয়াৰ কৰা শিৱসাগৰৰ কালুগাঁৱৰ চুমী বৰা শইকীয়া চাবোনৰ ব্যৱসায়ৰে সফল...

’নীট’ আৰু ’জে ই ই’ৰ একাংশ কোচিং চেন্টাৰৰ লুটৰাজ৷চৰকাৰৰ নিয়ন্ত্ৰণ নাই কিয়? ✒️জিতেন্দ্ৰ কুমাৰ চৌধুৰী

নাৰ্ছিং হোমৰ চিকিৎসা ব্যয়ৰ দৰেই উচ্চ শিক্ষাৰ একাংশ ’কোচিং চেন্টাৰ ’ সাধাৰণ ৰাইজৰ বাবেই ভয়লগা কাৰণ হৈ পৰিছে৷শেহতীয়া পৰিৱেশ- পৰিস্থিতিত উচ্চশিক্ষাৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ বাবেই সাজু হ’বলৈ শিক্ষাৰ্থীয়ে কোচিং চেন্টাৰত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে৷একেলগে পঢ়া বন্ধুৱে কোচিং চেন্টাৰত নামভৰ্তি...

উমাকান্ত বৈৰাগীদেৱলৈ গভীৰ সমবেদনা

টোকাৰী গীতৰ সাধনাৰে অসমৰ লোক-সংস্কৃতিৰ জগতখনলৈ অনৱদ্য অৱদান আগবঢ়োৱা শিল্পী, সংগীত নাটক অকাদেমী বঁটা বিজয়ী উমাকান্ত বৈৰাগীদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিত মৰ্মাহত হৈছোঁ। বৈৰাগীদেৱৰ বিয়োগে আমাৰ সাংস্কৃতিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ মুহূৰ্তত তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে সদৌ...

বস্ত্ৰ ব্যৱসায়েৰে জাতিৰ সেৱা আই আই এম ডিগ্ৰীধাৰীৰ ✒️ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

গুৱাহাটীৰ প্ৰণৱ তালুকদাৰে ৭০ জন অসমীয়াক সংস্থাপন দিছে৷ দৈনিক অসম৷ ৩-৮-২০২৩ আই আই এম শ্বিলঙৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰণৱ তালুকদাৰে গুৱাহাটীত স্থায়ীভাৱে তৈয়াৰ কৰা কাপোৰৰ জৰিয়তে চুৰাটৰ লগতে বিভিন্ন ৰাজ্যৰ নামী-দামী বস্ত্ৰ কোম্পানীকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে৷ চীনৰ চাংহাই, বেংগালুৰু...

নিউ ইণ্ডিয়া এছিউৰেন্সত ৪৫০ পদত নিযুক্তিৰ সুযোগ, আবেদনপত্ৰ দাখিলৰ অন্তিম দিন ২১ আগষ্ট

নিউ ইণ্ডিয়া এছিউৰেন্স কোম্পানী (এনআইএচিএল)য়ে প্ৰশাসনিক বিষয়া (জেনেৰলিষ্ট আৰু বিশেষজ্ঞ)ৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ পহিলা আগষ্টৰ পৰা ইচ্ছুক অৰ্হতাধাৰী প্ৰাৰ্থীয়ে অনলাইযোগে আবেদন কৰিব পাৰিব৷ আবেদনপত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২১ আগষ্ট৷ আগ্ৰহী প্ৰাৰ্থীয়ে www.newindia.co.in ৱেবছাইটৰ জৰিয়তে এই পদৰ...

সৰ্বোত্তম সুযোগ স্বাস্থ্য খণ্ডত: জাপানত কাম কৰি উপাৰ্জন কৰক ১ লাখ + অভাৰটাইম

চাকৰিৰ প্ৰফাইল : নাৰ্চিং কেয়াৰ যোগ্যতাৰ মাপকাঠী : উত্তৰ-পূব ভাৰতৰ বাসিন্দা হ’ব লাগিব ৷ কমেও ২০ বছৰ বয়সৰ হ’ব লাগিব ৷ এ.এন.এম বা জি.এন.এম বা বি.এছ.চি থাকিব লাগিব ৷ নাৰ্চিং স্নাতক৷ ফ্ৰেচাৰসকলেও আবেদন কৰিব পাৰে৷ জাপানীজ ভাষা শিকিবলৈ আৰু জাপানত...

এছএছচিৰ অধীনত ১,৩২৪ জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ

♦ ষ্টাফ ছিলেকচন কমিচন (এছএছচি)-এ সম্প্ৰতি জুনিয়ৰ ইঞ্জিনিয়াৰৰ মুঠ ১৩২৪ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ এছএছচিয়ে চিভিল, মেকানিকেল আৰু ইলেক্টিকেল ইঞ্জিনিয়াৰৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৯ আগষ্টৰ ভিতৰত ৱেবছাইটৰ...

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১৭১৪ পদ, দিল্লী আৰক্ষীত ১৬২ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

♦ চৰকাৰী চাকৰিৰ সন্ধানত যুৱ প্ৰজন্মৰ বাবে ভাল খবৰ৷ ষ্টাফ ছিলেকচন কমিছন (এছএছচি)-এ ছাব ইন্সপেক্টৰৰ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এছএছচিয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১৭১৪ পদত আৰু দিল্লী আৰক্ষীত ১৬২...

সংযুক্ত আৰব আমিৰশ্বাহী, জাপান, অষ্ট্ৰেলিয়া, কানাডাৰ নিয়োগৰ সুবিধা

◊ ১০ হাজাৰ আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সুযোগ ‘ভি’ৰ ভাৰতৰ উচ্চাকাংক্ষী যুৱক-যুৱতীসকলক এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰাৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ভাৰতৰ আগশাৰীৰ দুৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ‘ভি’য়ে দেশৰ অন্যতম বৃহৎ চাকৰি সন্ধান প্লেটফৰ্ম ‘অপনা’ৰ সহযোগত ইয়াৰ গ্ৰাহকসকলৰ বাবে...

বণিক গোষ্ঠীৰ লগত যুঁজা অসমীয়া মহিলা ✒️ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

♦ শিৱসাগৰৰ বন্দনা কৌশিক বৰদলৈৰ ‘পাহি টেক্সাটাইল’ প্ৰিয় কবি জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ শ্ৰদ্ধা জনাই প্ৰিণ্ট কৰি উলিয়াইছোঁ ‘সূৰ্য হেনো নামি আহে এটা নদীয়েদি’৷ লগতে প্ৰিণ্ট কৰি উলিয়াইছোঁ অতনু ভট্টাচাৰ্যৰ কবিতাৰ মোৰ প্ৰিয় শাৰী ‘প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়৷’...

About Me

44 POSTS
0 COMMENTS
- Advertisement -spot_img

Latest News

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...
- Advertisement -spot_img