উমাকান্ত বৈৰাগীদেৱলৈ গভীৰ সমবেদনা

Must Read
spot_img
- Advertisement -

টোকাৰী গীতৰ সাধনাৰে অসমৰ লোক-সংস্কৃতিৰ জগতখনলৈ অনৱদ্য অৱদান আগবঢ়োৱা শিল্পী, সংগীত নাটক অকাদেমী বঁটা বিজয়ী উমাকান্ত বৈৰাগীদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিত মৰ্মাহত হৈছোঁ।

বৈৰাগীদেৱৰ বিয়োগে আমাৰ সাংস্কৃতিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ মুহূৰ্তত তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে
সদৌ অসম নিবনুৱা সন্থাৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0