ভাৰত ৰত্ন ড° ভূপেন হাজৰীকা দেৱৰ জন্ম শতবাৰ্ষিকী উদৰ্যাপন কৰা হয় ।

Must Read
spot_img
- Advertisement -

 

আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয় । মুখ্য বন্তি প্ৰজ্বলক হিচাপে প্ৰাগ নিউজৰ সাংবাদিক কুশল শইকীয়া উপস্থিত থাকেআজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয় । মুখ্য বন্তি প্ৰজ্বলক হিচাপে প্ৰাগ নিউজৰ সাংবাদিক কুশল শইকীয়া উপস্থিত থাকে

 

 

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0