spot_img
সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে কয় যে অসম বিধান সভা...
বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ বিষয় হৈ উঠিছে। শিক্ষাগত যোগ্যতা...
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
Wednesday, June 3, 2026
Home মুকলি মঞ্চঃ যোৱা ইংৰাজী ১১ আগষ্ট তাৰিখে ২০২৫ সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি...

যোৱা ইংৰাজী ১১ আগষ্ট তাৰিখে ২০২৫ সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি আৰু কামৰূপ জিলা সমিতি এটি প্ৰতিনিধী দলৰ লগত Aiims ৰ কায্যবাহী সংঞ্চালকৰ কায্যালয় সভা কক্ষত Aiims ত স্থানীয় নিবনুৱা সংস্থাপনৰ বিষয়ে আলোচনাত মিলিত হওঁ ।

যোৱা ইংৰাজী ১১ আগষ্ট তাৰিখে ২০২৫ সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি আৰু কামৰূপ জিলা সমিতি এটি প্ৰতিনিধী দলৰ লগত Aiims ৰ কায্যবাহী সংঞ্চালকৰ কায্যালয় সভা কক্ষত Aiims ত স্থানীয় নিবনুৱা সংস্থাপনৰ বিষয়ে আলোচনাত মিলিত হওঁ । কায্যবাহী সঞ্চালকে ( আশোক পৌৱানিক ) সন্থাই প্ৰদান কৰা স্মাৰক পত্ৰ সকলো বিষয় কায্যকৰী ব্যৱস্থা কৰিব বুলি সন্থাক আশ্বাস দিয়ে বিশেষকৈ স্থানীয় নিবনুৱাক Aiims ত নিযুক্তি দিয়াৰ হব বুলি ঘোষনা কৰে । সন্থাৰ তৰফৰ পৰা কায্যবাহী সঞ্চালক অশোক পৌৱানিক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here