নিবনুৱা সন্হাৰ কেন্দ্ৰীয় সমিতি”ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা জীৱন ৰাজখোৱাদেৱৰ সৈতে পোনপটীয়া সাক্ষাৎকাৰ

Must Read
spot_img
- Advertisement -
১৯৯৬ চনত “নিবনুৱা সন্হাৰ কেন্দ্ৰীয় সমিতি”ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা জীৱন ৰাজখোৱাদেৱৰ সৈতে পোনপটীয়া সাক্ষাৎকাৰ
১৯৮৯ চনত জন্ম হোৱা নিবনুৱা সন্হায়ে অসমৰ বহুখিনি নিবনুৱাক স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে।গাহৰি,কুকুৰা পালন,ফিছাৰী,তাতঁশালৰ আদি কামেৰে নিবনুৱা সকলক উৰ্পাজনৰ পথ দেখুওৱাইছে।
হাহঁ কুকুৰা পালনেৰে জীৱনৰ কৰ্মময় জীৱন আৰম্ভ কৰা জীৱন ৰাজখোৱাদেৱে বৰ্তমান হস্ততাতঁ বস্ত্ৰশিল্পৰ প্ৰতিস্ঠাপক তথা বহু শিপিনীক উপাৰ্জনমুখী কৰি তুলিবলৈ সক্ষম হৈছে।
অসমত কৃষিকৰ্মৰ ক্ষেত্ৰখনত অধিক সংখ্যাক আচঁনি মুকলি কৰিবলৈ জীৱন ৰাজখোৱাদেৱৰ অসম চৰকাৰলৈ আহ্বান।
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0