মেডিয়া প্লাচ এৱাৰ্ড-২০২৩

Must Read
spot_img
- Advertisement -

♦ ১৫ জুলাই শনিবাৰে মেঘালয়ৰ শ্বিলং স্থিত ৰাজ্যিক পুথিভঁৰালত MEDIA PLUS AWARD-2023 প্ৰদান কৰে। মেঘালয়ৰ State Central Library ত মেডিয়া প্লাছ্, অনুপ্ৰেৰণা আৰু ৰিটি একাডেমীৰ উদ্যোগত আয়োজিত বাৰ্ষিক সভাত আৰু ২০২৩ বৰ্ষৰ বিশেষ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা লোকলৈ বঁটা প্ৰদান কৰে।

উক্ত অনুষ্ঠানত মেঘালয়ৰ কেইবাগৰাকীও শিল্পী, সাহিত্যিকৰ লগতে অসমৰো কেইবাগৰাকী লোকক বঁ‌টা প্ৰদান কৰে। অসমৰ বিশিষ্ট সমাজ সেৱক সমাজ বন্ধু ছাজন ভূঞাই সমাজলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ শ্ৰেষ্ঠ মেডিয়া প্লাছ এৱাৰ্ড-২০২৩ প্ৰদান কৰে মেঘালয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাৰ মন্ত্ৰী Mr. Paul Hyangdoh, আৰু Mr. F .R Kharkongor, IAS Commissioner and Secretary to the Government of Meghalaya, Art and Culture Department লগতে Mr.N.Munish Singh, Zonal Director Indian Council for Cultural Relations, Shillong. উক্ত অনুষ্ঠানতেই অসমৰ আৰু কেইগৰাকীমান লোকক শিক্ষা সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে আগবঢ়াই।

দেওবৰীয়া বাৰ্তাৰ উপদেষ্টা নাং অঞ্জনা গগৈ, দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, শুক্লেশ্বৰ নাথ, সমাজ বন্ধু ছাজন ভূঞা, ঊষামণি শইকীয়া, টুটুমণি নাথ মেধি, অলকা বুজবৰুৱাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট বক্তিক বঁ‌টাও সন্মান প্ৰদান কৰে।

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...

More Articles Like This

- Advertisement -spot_img
0