মুকলি মঞ্চঃ

অসমে আৰ্থিক বৃদ্ধিৰ হাৰত ৰেকৰ্ড কৰিছে নেকি ! -দিলীপ কুমাৰ শৰ্মা

অসমে আৰ্থিক বৃদ্ধিৰ হাৰত ৰেকৰ্ড কৰিছে নেকি ! নহলে নোহোৱা- নোপোজা তথ্যৰে অসমবাসীক বিত্তমন্ত্ৰীয়ে কিয় বিভ্ৰান্ত কৰিছে ! যদি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা তথ্য সচা হয় তেন্তে অসম চৰকাৰে দাবী নকৰে কিয় যে স্বাধীনোত্তৰ দেশৰ অৰ্থনীতিত অসমৰ অৰ্থনীতিৰ বিকাশ সৰ্বাধিক...

“এনে অনেকটা উদাহৰণ আছে যত অধিকাংশ লোকে নীৰৱতা অৱলম্বন কৰি আহিছে”- মীৰা বৰঠাকুৰ

এনে অনেকটা উদাহৰণ আছে যত অধিকাংশ লোকে নীৰৱতা অৱলম্বন কৰি আহিছে । অসমৰ অধিকাংশ, বিদ্যালয় , কলেজ বন্ধ কৰা হল অধিকাংশ ৰাইজে নীৰৱে সহ্য কৰি আহিছে ! APSC ৰ পৰা অসমীয়া বিষয়তোকে এলাগী কৰা হল , নীৰৱে সহ্য কৰিছে ! জাগীৰোড,কাছাৰ কল...

Flyover নে tunnels over, উৰণীয়া সেতু নে নদীবান্ধ? -দীপাংকৰ শৰ্মা

Flyover নে tunnels over, উৰণীয়া সেতু নে নদীবান্ধ বিভিন্ন জনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিছোঁ এতিয়া। ময়ো লিখিছিলোঁ আগতে। মূলপথটোৰ অস্তিত্ব নোহোৱা কৰি, প্ৰাকৃতিক পাহাৰ বোৰ উঠাই আনি চহৰৰ মাজ ভাগত স্হাপন কৰি পাৰাপাৰ হবলৈ সুৰংগসদৃশ অলপ কেৱল ঠাই...

’নীট’ আৰু ’জে ই ই’ৰ একাংশ কোচিং চেন্টাৰৰ লুটৰাজ৷চৰকাৰৰ নিয়ন্ত্ৰণ নাই কিয়? ✒️জিতেন্দ্ৰ কুমাৰ চৌধুৰী

নাৰ্ছিং হোমৰ চিকিৎসা ব্যয়ৰ দৰেই উচ্চ শিক্ষাৰ একাংশ ’কোচিং চেন্টাৰ ’ সাধাৰণ ৰাইজৰ বাবেই ভয়লগা কাৰণ হৈ পৰিছে৷শেহতীয়া পৰিৱেশ- পৰিস্থিতিত উচ্চশিক্ষাৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ বাবেই সাজু হ’বলৈ শিক্ষাৰ্থীয়ে কোচিং চেন্টাৰত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে৷একেলগে পঢ়া বন্ধুৱে কোচিং চেন্টাৰত নামভৰ্তি...

নিয়োগৰ সম্ভাৱনাময় ক্ষেত্ৰ ✒️দিলীপ দাস

বিশ্বৰ অন্য ঠাইৰ দৰে অসমৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনা ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ পৰিছে পৰ্যটন উদ্যোগ৷ আৰ্থিক বিকাশ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটন খণ্ডৰ ভূমিকা উল্লেখনীয়৷ ২০১৫-১৬ চনৰ তথ্য অনুসৰি পৰ্যটন খণ্ডৰ অংশ অসমৰ জি ডি পিৰ ৫.৫ শতাংশ...
- Advertisement -

Latest News

নিবনুৱা সমস্যাৰ সমাধানৰ পথ

বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাজৰ এক গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষিত যুৱ সমাজৰ মাজত কৰ্মসংস্থাপনৰ অভাৱ চিন্তাৰ...
- Advertisement -