spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত...
। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি...
Thursday, March 5, 2026

জনসম্পৰ্কৰক্ষী বিষয়াঃ ✒️ অঞ্জু শাণ্ডিল্য

Must Read
spot_img
- Advertisement -

indian school of public relations in new delhi

এক আকৰ্ষণীয় কেৰিয়াৰ হ’ল জনসংযোগ বা জনসম্পৰ্কৰক্ষী বিষয়াৰ কেৰিয়াৰ৷ এইক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হোৱাৰ লগতে সাহিত্য বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী থাকিলে ভাল৷ জনসংযোগ, সাংবাদিকতা বিষয়ৰ ডিগ্ৰী, ডিপ্ল’মা, চাৰ্টিফিকেট থাকিলে নিযুক্তিত অগ্ৰাধিকাৰ পায়৷ তদুপৰি সংবাদ প্ৰতিষ্ঠানৰ লগত সু-সম্পৰ্ক, বিজ্ঞাপন প্ৰস্তুত কৰা, প্ৰবন্ধ ৰচনা আৰু সম্পাদনা কৰা, সুন্দৰ ব্যক্তিত্ব, কাৰ্যদক্ষতা আদি গুণৰ প্ৰয়োজন৷

Public Relations Council of India

শিক্ষানুষ্ঠান ঠিকনা –
(1) University of Madras, University Campus, Chennai600005.
(2) (2) Osmania University, Department of Journalism, Hyderabad – 500007.
(3) Institute of Public Relation and Management, 47B Moubredge Road, Chennai-6000018.
অসমত জনসংযোগ বিষয়ত পঢ়িবলৈ হ’লে গুৱাহাটী বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ স্নাতক পাঠ্যক্ৰমৰ লগত এই বিষয়ে পঢ়িব পাৰি৷ তদুপৰি তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়, শিলচৰত এই বিষয়ত শিক্ষা ল’ব পাৰি৷ পাঠ্যক্ৰমৰ অন্তত চৰকাৰী-বেচৰকাৰী দুয়ো খণ্ডতে জনসম্পৰ্কীৰক্ষী বিষয়াৰ নিয়োগৰ সম্ভাৱনা আছে৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী...

More Articles Like This

- Advertisement -spot_img
0