spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত...
। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি...
Thursday, March 5, 2026

বিভিন্ন বিভাগৰ চাকৰিৰ বাবে যোগ্যতাঃ ফাৰ্মাচিষ্ট  ✒️অঞ্জু শাণ্ডিল্য

Must Read
spot_img
- Advertisement -

এক উজ্জ্বল কেৰিয়াৰ হ’ল ফাৰ্মাচিষ্ট৷ ঔষধ কোম্পানীবোৰে স্মাৰ্ট যুৱক-যুৱতীৰ সন্ধান কৰি থাকে৷ তদুপৰি প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ ফাৰ্মাচিষ্ট ডিগ্ৰী বা ডিপ্লমা’ধাৰী প্ৰাৰ্থীয়ে চৰকাৰী হস্পিতাল, নাৰ্ছিংহ’ম, ঔষধালয়, গৱেষণাগাৰ, প্ৰতিষ্ঠান আদিত নিযুক্তি লাভ কৰে৷

নিজাববীয়াকৈও ফাৰ্মাচী স্থাপন কৰিব পাৰে৷ বিভিন্ন ঔষধ কোম্পানীত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, এৰিয়া মেনেজাৰ, ৰিজ’নেল মেনেজাৰ, জ’নেল মেনেজাৰ, জেনেৰেল মেনেজাৰ, প্ৰডাক্ট মেনেজাৰ আদি পদত ক্ৰমান্বয়ে নিযুক্তি লাভ কৰে৷ ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী বিজ্ঞানৰ স্নাতক হ’ব লাগিব৷ অসমৰ চিকিৎসা মহাবিদ্যালয়তো ফাৰ্মাচিষ্ট পাঠ্যক্ৰম আছে৷

Shanti Sudama College Of Pharmacy, Amoura (Gosai ki Bazar), Azamgarh, U.P., India

বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে কাকত-আলোচনীত বিজ্ঞাপন দিয়া হয়৷ প্ৰৱেশ পৰীক্ষা লিখিত আৰু মৌখিক দুয়োটা হয়৷ দেশত প্ৰায় ৭০ খনতকৈয়ো অধিক চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আছে৷ তাৰ কেইখনমান হ’ল- ছেইণ্টজন ফাৰ্মাচী কলেজ, বাংগালোৰ, কৰ্ণাটক৷ হমদৰ্দ কলেজ অব ফাৰ্মাচী, মদনগীৰ, দিল্লী, হায়দৰাবাদ কলেজ অব ফাৰ্মাচী হায়দৰাবাদ৷ বম্বে কলেজ অব ফাৰ্মাচী, মুম্বাই৷ গৱৰ্ণমেণ্ট কলেজ অব ফাৰ্মাচী দিল্লী৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী...

More Articles Like This

- Advertisement -spot_img
0