spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

ভাৰতীয় ৰে’লত ১,০০০ পদ খালী

Must Read
spot_img
- Advertisement -

ভাৰতীয় ৰে’ল বিভাগে ছাউথ ইষ্ট ৰে’লৱে ১,০০০ৰো অধিক খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদনপত্ৰ বিচাৰিছে৷ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ছাউথ ইষ্ট ৰে’লৱে এছিছটেণ্ট ল’ক’ পাইলট, টেকনিচিয়ান, জুনিয়ৰ ইঞ্জিনিয়াৰৰ দৰে পদত প্ৰাৰ্থীক নিযুক্তি দিব৷ দশম শ্ৰেণী উত্তীৰ্ণ ইচ্ছুক অৰ্হতাধাৰী প্ৰাৰ্থীয়ে secr.indianrailways.gov.in ৱেবছাইট ভিজিট কৰি অহা ২১ আগষ্টৰ ভিতৰত এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব৷ নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ লিখিত পৰীক্ষা লোৱা হ’ব৷ নিৰ্বাচিত প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেচন কৰাৰ পাছত চূড়ান্ত নিযুক্তি দিয়া হ’ব৷

Indian Railways: Good news for railway passengers! Railways is giving this big facility now, know from when it will be effective - Newsstore24

খালী পদৰ সবিশেষ :

এছিছটেণ্ট ল’ক’ পাইলট : ৮২০টা পদ

টেকনিচিয়ান : ১৩২টা পদ

জুনিয়ৰ ইঞ্জিনয়াৰ : ৬৪টা পদ

বেতন নিৰিখ : নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক মাহে ৬১,৫০০ টকালৈকে বেতন প্ৰদান কৰা হ’ব৷

বয়সৰ সীমা : এই পদসমূহৰ বাবে আবেদনকাৰীৰ বয়স কমেও ১৮ বছৰ আৰু সৰ্বাধিক ৪৭ বছৰ হ’ব লাগিব৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই লাভ কৰিব৷

নিৰ্বাচন প্ৰক্ৰিয়া : প্ৰাৰ্থীৰ প্ৰথমতে লিখিত পৰীক্ষা লোৱা হ’ব৷ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণৰ পাছত নিযুক্তিৰ বাবে বিবেচনা কৰা হ’ব৷

শৈক্ষিক অৰ্হতা : এইসমূহ পদৰ বাবে প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা কমেও ৫০ শতাংশ নম্বৰসহ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব৷ তদুপৰি প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট ট্ৰেডত আইটিআইৰ পাঠ্যক্ৰম উত্তীৰ্ণ হ’ব লাগিব৷

কেনেকৈ আবেদন কৰিব : প্ৰাৰ্থীয়ে প্ৰথমতে secr.indianrailways.gov.in ৱেবছাইট লগ ইন কৰক৷ এতিয়া এপ্লাই অনলাইনত ক্লিক কৰক৷ আপোনাৰ পৰা বিচৰা সকলো তথ্যপাতি জমা দিয়ক৷ এতিয়া প্ৰয়োজনীয় ডকুমেণ্ট আপলোড কৰক৷ পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ আৰু নিজৰ চহী আপলোড কৰক৷ এতিয়া আবেদনপত্ৰ শুদ্ধভাৱে পূৰণ কৰি অনলাইনত জমা দিয়ক৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0