spot_img
আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন...
      ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত...
  আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি...
আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয়...
Tuesday, October 14, 2025

এছএছচিৰ অধীনত ১,৩২৪ জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ

Must Read
spot_img
- Advertisement -

♦ ষ্টাফ ছিলেকচন কমিচন (এছএছচি)-এ সম্প্ৰতি জুনিয়ৰ ইঞ্জিনিয়াৰৰ মুঠ ১৩২৪ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ এছএছচিয়ে চিভিল, মেকানিকেল আৰু ইলেক্টিকেল ইঞ্জিনিয়াৰৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৯ আগষ্টৰ ভিতৰত ৱেবছাইটৰ জৰিয়তে www.ssc.nic.in আবেদন কৰিব পাৰিব৷
খালী পদৰ সবিশেষ : বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি ১৩২৪ পদত প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব৷ ইয়াৰে ৬১৩টা পদ অসংৰক্ষিত, ১২১টা পদ ইডব্লিউএছৰ, ২৮৮টা পদ অ’বিচি, ৯৬টা পদ অনুসূচিত জনজাতিৰ আৰু ২০৬টা পদ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত৷

SSC Junior Engineer Information - INFO4EEE
বেতন নিৰিখ : নিযুক্তি লাভ কৰা প্ৰাৰ্থীক মাহে ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকালৈকে বেতন প্ৰদান কৰা হ’ব৷
বয়সৰ সীমা : প্ৰাৰ্থীৰ বয়স ২০-৩২ বছৰৰ ভিতৰত হ’ব লাগিব৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই লাভ কৰিব৷
আবেদন মাচুল : প্ৰাৰ্থীয়ে ১০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব৷ মহিলা প্ৰাৰ্থী, অনুসূচিত জাতি, জনজাতি, পিডব্লিউডি আৰু প্ৰাক্তন সৈনিকে আবেদন মাচুল জমা দিব নালাগে৷
নিৰ্বাচন প্ৰক্ৰিয়া : প্ৰাৰ্থীৰ প্ৰথমে কম্পিউটাৰ আধাৰিত লিখিত পৰীক্ষা লোৱা হ’ব৷ ইয়াৰ পাছত ফিজিকেল টেষ্ট আৰু নথিপত্ৰ পৰীক্ষাৰ জৰিয়তে মেধাৰ ভিত্তিত প্ৰাৰ্থীক এছএছচিয়ে নিযুক্তিৰ বাবে নিৰ্বাচন কৰিব৷

Notification) SSC Junior Engineer (Civil, Electrical, Mechanical & Quantity  Surveying & Contracts) Examination, 2019 | Dhyeya IAS® - Best UPSC IAS CSE  Online Coaching | Best UPSC Coaching | Top IAS Coaching
কেনেকৈ আবেদন কৰিব : প্ৰাৰ্থীয়ে প্ৰথমে এছএছচিৰ ৱেবছাইট ভিজিট কৰক৷ এতিয়া ৰেজিষ্ট্ৰাৰ লিংকত ক্লিক কৰক৷ ইয়াৰ পাছত প্ৰয়োজনীয় তথ্যপাতি জাম দিয়ক৷ অনলাইনত উপলব্ধ আবেদনপত্ৰ পূৰণ কৰাৰ লগতে প্ৰযোজ্য হ’লে আবেদন মাচুল অনলাইনযোগে জমা দিয়ক৷ ইয়াৰ পাছত আবেদনপত্ৰ জমা দি এটা কপি প্ৰিণ্ট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখক৷

11 / 100 SEO Score
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি...

More Articles Like This

- Advertisement -spot_img
0