আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয় । মুকলি সভা উদ্ধোধন কৰে নাওবৈচা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলিপ গগৈ দেৱে । সভাত সভাপতিত্ব কৰে নাওবৈচা ক্ৰীড়া সন্থা সভপতি টিকেন্দ্ৰজিৎ বৰুৱা দেৱে । সভাখনত নাওবৈচা বহু কেইজন শিক্ষক লগতে গন্য মান্য ব্যক্তি উপস্থিত থাকে । অভাজনে ছাত্ৰ ছাত্ৰীক উদ্দেশী ভাষন প্ৰদান কৰো

11 / 100 SEO Score

LEAVE A REPLY

Please enter your comment!
Please enter your name here