spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত...
। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি...
Thursday, March 5, 2026

নিউ ইণ্ডিয়া এছিউৰেন্সত ৪৫০ পদত নিযুক্তিৰ সুযোগ, আবেদনপত্ৰ দাখিলৰ অন্তিম দিন ২১ আগষ্ট

Must Read
spot_img
- Advertisement -

নিউ ইণ্ডিয়া এছিউৰেন্স কোম্পানী (এনআইএচিএল)য়ে প্ৰশাসনিক বিষয়া (জেনেৰলিষ্ট আৰু বিশেষজ্ঞ)ৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ পহিলা আগষ্টৰ পৰা ইচ্ছুক অৰ্হতাধাৰী প্ৰাৰ্থীয়ে অনলাইযোগে আবেদন কৰিব পাৰিব৷ আবেদনপত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২১ আগষ্ট

The New India Assurance (India's Premier Multinational General Insurance  Company)

আগ্ৰহী প্ৰাৰ্থীয়ে www.newindia.co.in ৱেবছাইটৰ জৰিয়তে এই পদৰ বাবে আবেদন কৰিব লাগিব৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি ৪৫০টা খালী পদত প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব৷ ইয়াৰে ৰিস্ক ইঞ্জিনিয়াৰ ৩৬টা পদ, অট’ম’বাইল ইঞ্জিনিয়াৰৰ ৯৬টা পদ, লিগেলৰ ৭০টা পদ. একাউণ্টৰ ৩০টা পদ, হেল্থৰ ৭৫টা পদ, আইটিৰ ২৩টা পদ আৰু জেনেৰলিষ্টৰ ১২০টা পদ খালী আছে৷

The New India Assurance Company Limited, Sahakar Nagar Micro office -  Insurance Company in Bangalore
প্ৰাৰ্থীৰ বয়স : আবেদনকাৰীৰ বয়স পহিলা আগষ্ট, ২০২৩ত ২১-৩০ বছৰৰ ভিতৰত হ’ব লাগিব৷
শৈক্ষিক অৰ্হতা : পদ অনুসৰি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা পৃথক নিৰ্ধাৰণ কৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীয়ে ৱেবছাইট ভিজিট কৰি সবিশেষ তথ্য আহৰণ কৰিব পাৰিব৷
আবেদন মাচুল : অনুসূচি জাতি, জনজাতি, পিডব্লিউ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০০ টকা আৰু অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৮৫০ টকাৰ মাচুল জমা দিব লাগিব৷
কেনেকৈ আবেদন কৰিব : প্ৰথমে প্ৰাৰ্থীয়ে www.newindia.co.in ৱেবছাইট ভিজিট কৰক৷ এতিয়া হোমপেজত ৰিক্ৰুইটমেণ্ট শিতানত ক্লিক কৰক৷ এতিয়া এপ্লাই অনলাইনত ক্লিক কৰক৷ প্ৰাৰ্থীয়ে নিজৰ নাম ৰেজিষ্ট্ৰাৰ কৰি অনলাইনত আবেদনপত্ৰ পূৰণ কৰক৷ এতিয়া প্ৰয়োজনীয় নথিপত্ৰৰ কপি আপলোড কৰক৷ অনলাইনত আবেদন মাচুল জমা দি আবেদনপত্ৰ দাখিল কৰক৷

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী...

More Articles Like This

- Advertisement -spot_img
0