♦ ১৫ জুলাই শনিবাৰে মেঘালয়ৰ শ্বিলং স্থিত ৰাজ্যিক পুথিভঁৰালত MEDIA PLUS AWARD-2023 প্ৰদান কৰে। মেঘালয়ৰ State Central Library ত মেডিয়া প্লাছ্, অনুপ্ৰেৰণা আৰু ৰিটি একাডেমীৰ উদ্যোগত আয়োজিত বাৰ্ষিক সভাত আৰু ২০২৩ বৰ্ষৰ বিশেষ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা লোকলৈ বঁটা...