কৰ্ম নীতি, উদ্দেশ্য আৰু লক্ষ্যঃ
ক)অসম ৰাজ্যৰ সকলো নিবনুৱা শিক্ষিত,অৰ্দ্ধ শিক্ষিত, নিম্ন শিক্ষিত আৰু অশিক্ষিত যুৱক-যুৱতীক এটা সুস্ংবদ্ধ নিবনুৱা সকলৰ কৰ্ম সংস্থাপন, উন্নয়ন আৰু ভৱিষ্যৎ মংগলৰ উদ্দেশ্যে এক শক্তি শালী নিবনুৱা আন্দোলন গঢ়ি তোলাই হৈছে সদৌ অসম নিবনুৱা সন্থাৰ মূল উদ্দেশ্য আৰু লক্ষ্য।
খ)সদৌ অসম নিবনুৱা সন্থা সম্পূৰ্ণ ৰূপে এটি স্বতন্ত্ৰ সংগঠন ই কোনো দল বা সংঠনৰ অনুগামী নহয়।বৰ্ং ই কোনো ৰাজনৈতিক দল বা অন্যান্য যি কোনো সংগঠনৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত।
গ)ই সম্পূৰ্ণ ৰূপে গণতান্ত্ৰিক, আচলতে ধৰ্ম নিৰপেক্ষ সংঠ্ন আৰু সাধাৰণ ভাৱে সমাজ বাদত বিস্বাসী আৰু ই ধৰ্ম, ভাষা, বৰ্ণ, গোষ্ঠী বা সম্প্ৰদায়ত সকলো সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থিয় দিব আৰু স্বাধীন মতামত প্ৰ্কাশৰ অধিকাৰ, সভা সমিতি অনুষ্ঠিত কৰা আদি সকলো গণতান্ত্ৰিক প্ৰমুল্যৰ হকে সংগ্ৰাম কৰিব।
ঘ)যিহেতু আমাৰ সংঠন যি কোনো ৰাজনৈতিক দল বা অন্যান্য যি কোনো সংগঠনৰ প্ৰ্ভাৱৰ পৰা মুক্ত গতিকে যি কোনো আদৰ্শত বিশ্বাসী বা যি কোনো মতালম্বী নিবনুৱাই ইয়াৰ সদস্য ভুক্ত হ’ব পাৰে মাথো তেওঁ সদৌ অসম নিবনুৱা সন্থাৰ গণতন্ত্ৰ আৰু কাৰ্যসূচী মানি চলিব লাগিব।
ঙ)সদৌ অসম নিবনুৱা সন্থাই ইয়াৰ স্বতন্ত্ৰতা আৰু গণতান্ত্ৰিক তথা ধৰ্ম নিৰপেক্ষ চৰিত্ৰক সতৰ্কতাৰে ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।
চ) সংগঠনৰ প্ৰাথমিক আৰু আশু উদ্দেশ্য হল সামগ্ৰিক ভাৱে নিবনুৱা সকলক সংস্থাপন,উন্নয়ন আৰু কল্যাণ সাধনৰ অৰ্থে সংগ্ৰাম কৰা।তদুপৰি সকলো প্ৰকাৰৰ দুৰ্নীতি বিৰোধী আৰু গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ ই বিশেষ অগ্ৰগামী ভূমিকা পালন কৰা।
ছ)স.অ.নি.সন্থাই গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আৰু সমাজ তন্ত্ৰত বিশ্বাসী সকলো যুৱ বা ছাত্ৰ সংগঠনৰ লগত বন্ধুত্ব আৰু ভাতৃত্ব মূলক সম্পৰ্ক স্থাপন কৰিব বিচাৰে।নিবনুৱা সংস্থাপন বা দূৰ্নীতি ৰোধ আদি বিশেষ বিষয় আৰু দাবীৰ ভিত্তিত যি বোৰ সংগঠন আমাৰ লগত ঐক্য বদ্ধ হবলৈ আৰু তেওঁলোকৰ লগত লগ হৈ নিবনুৱা সমাজৰ সমস্যা সমাধানৰ কৰ্মসূচী গ্ৰহণ কৰিবলৈ স.অ.নি.সন্থা সদায় প্ৰস্তুত।
জ)ই আত্ম সমালোচনাত বিশ্বাসী।গতিকে সকলো প্ৰকাৰৰ গঠন মূলক সমালোচনাৰ বাবে সংগঠনৰ মঞ্চ মুক্ত থাকিব।
ঝ)যিহেতু নিবনুৱা সমস্যাৰ সমাধানৰ কাৰণে এটি দেশ জোৰা ব্যাপক আন্দোলনৰ প্ৰয়োজন গতিকে আমাৰ সংগঠনে দেশৰ বাকী অংশৰ নিবনুৱা সমাজৰ লগত সদায় একাত্মীয়তা বজাই ৰাখিব আৰু দৰিদ্ৰ জনসাধাৰণৰ পক্ষ্য অৱলম্বন কৰিব।
All Assam Unemployed Association
Aims:
———
To unify the educated and Uneducated,unemployed youth of Assam under one banner with the objective of promoting the development of the youth through welfare programs,training and development in finding fruitful employment.
Policies and Objectives
————————————
1) It is a completely autonomous organisation that is not affiliated to any political party or other organizations.
2) It is a democratic and secular organization that follows the theory of socialism.
3) It supports freedom of speech and expression and stands against discrimination in all forms be it race,gender,religion etc.
4)This organization is devoid of any political or religious infuence. People with defferent beliefs are welcome to enroll in the organization as long as
they abide by the rules and regulations of the organizations.
5) It aims in fighting against corruption.
6) It believes in supporting and collaborating with other organizations that have similar aims and objectives.
7)It believes in self improvement and encourages members to provide constructive criticism.
8)Since solving the problem of youth unemployment is the need of the hour,this organization aims to combat this need and is hopeful in creating a nationwide movement to address the same.
9)This organization aims in always lending a helping hands to the less fortunate.