ড° ভূপেন হাজৰিকা মুকলি মঞ্চ উৰিয়ামপৰা , ধূনাবাৰী উত্তৰ লখিমপুৰত যোৱা ইংৰাজী ৬, ৭আৰু ৮ ছেপ্নেম্বৰ , ২০২৫ তাৰিখে সদৌ অসম সূত সন্মিলনৰ উদ্যোগত লখিমপুৰ জিলা সূত সন্মিলনৰ সহযোগত আৰু ধূনাবাৰী উৰায়ামপাৰা সূত সন্মিলনৰ আতিথ্যত শ্ৰী শ্ৰী ৰোমহৰ্ষণ সূত গোস্বামুদেৱৰ আৰ্বিভাৱ মহোৎসৱত প্ৰকাশিত ‘স্মৃতিগ্ৰন্থ ” সূত নামাত মোৰ লিখনি প্ৰকাশ পাইছে । সূত সন্মিলনৰ উদ্যোগক্তা সকললৈ মোৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলো ।