
আজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয় । মুখ্য বন্তি প্ৰজ্বলক হিচাপে প্ৰাগ নিউজৰ সাংবাদিক কুশল শইকীয়া উপস্থিত থাকেআজি সদৌ অসম নিবনুৱা সন্থা উদ্যোগত নিবনুৱা সন্থা লখিমপুৰ আদৰ্শ বজাৰ স্থিত নিবনুৱা সন্থা কায্যালয়ৰ প্ৰাঙ্গনত ভাৰত ৰত্ন ভূপেন হাজৰীকা জন্ম শতবাৰ্ষিকী উপলক্ষে বন্তি প্ৰজ্বলন কৰা হয় । মুখ্য বন্তি প্ৰজ্বলক হিচাপে প্ৰাগ নিউজৰ সাংবাদিক কুশল শইকীয়া উপস্থিত থাকে