Home All বিশিষ্ট লেখক নৰেন শৰ্মা ছাৰক সম্বন্ধনা জনোৱা অনুস্থানত

বিশিষ্ট লেখক নৰেন শৰ্মা ছাৰক সম্বন্ধনা জনোৱা অনুস্থানত

0

আজি আকাংক্ষা ৱেলফা চ’ছাইতিয়ে অনুস্থিত কৰা লখিমপুৰ বিশিষ্ট সাহিত্যিক নৰেন শৰ্মাক বিশেষ ভাবে অভিনন্দন জনোৱা অনুস্থানত উপস্থিত থকা লগতে নিবনুৱা বিশেষ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ দি অহা নৰেন শৰ্মা ছাৰক সম্ভন্ধনা জনোৱা লগতে মুখ্য অতিথী বিশিষ্ট শিল্পি ডাঃ অঞ্জনজ্যোতি চৌধুৰী দেৱকো নিবনুৱা সন্থা তৰফৰ সম্ভন্দ্বনা জ্ঞাপন কৰা হৈছে ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version