Home All লখিমপুৰত জনজাতি সুৰক্ষা পৰিষদৰ আলোচনাচক্ৰ

লখিমপুৰত জনজাতি সুৰক্ষা পৰিষদৰ আলোচনাচক্ৰ

জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত ‘জনজাতি ৰাজ্য আৰু আন্তজাতিক পাৰপত্ৰ আৰু অসমীয়া জাতিৰ সুৰক্ষা কৱচ” শীৰ্ষক আলোচনাচক্ৰ আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হে যায় । সভাখনত উপষ্ঠিত থাকি ভাষন প্ৰদান কৰো ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version