All গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱ নিব্বাচিত সমিতিক শুভেচ্ছা জ্ঞাপন By নিবনুৱা সন্থা, অসম - October 29, 2025 0 FacebookXPinterestVKWhatsApp গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত সভাপতি পদত বিজয়ী খগেন কলিতা ডাঙৰীয়া সাধাৰণ সম্পাদক পদত বিজয়ী অমৰেন্দ্ৰ ডেকা ডাঙৰীয়াকে প্ৰমূখ্য কৰি সকলো বিজয়ী প্ৰাৰ্থীক সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ