Home All জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

সজাতি দলটোত অংশ গ্ৰহন কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দ্বয় ক্ৰমে ছিৰন্তন হাজৰীকা , ফজৰুল ৰহমান লখিমপুৰ জিলা সমিতি সভাপতি বিনুদ দাস সাধাৰন সম্পাদক ভূপেন সোনোৱাল ।

আজি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে জুবিন গাৰ্গৰ মৃত্যু চি বি আই তদন্ত দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰন কৰা হয় । সজাতি দলটোত অংশ গ্ৰহন কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দ্বয় ক্ৰমে ছিৰন্তন হাজৰীকা , ফজৰুল ৰহমান লখিমপুৰ জিলা সমিতি সভাপতি বিনুদ দাস সাধাৰন সম্পাদক ভূপেন সোনোৱাল ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version