Home মুকলি মঞ্চঃ নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস সম্পৰ্ণ

নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস সম্পৰ্ণ

আজি নাওবৈচা ক্ৰীড়া সন্থা উদ্যোগত নাওবৈচা উচ্ছ মাধ্যমিক বিদ্যালয়ত তিনিদিনিয়া কায্যসূচীয়ে অভিৰুচি ক্ৰীড়া দিৱস উদজ্জাপন কৰা হয়। আজি ৰাতিপুৱা সামূহিক দৌৰ অনুস্থিত কৰা হয় । মুকলি সভা উদ্ধোধন কৰে নাওবৈচা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলিপ গগৈ দেৱে । সভাত সভাপতিত্ব কৰে নাওবৈচা ক্ৰীড়া সন্থা সভপতি টিকেন্দ্ৰজিৎ বৰুৱা দেৱে । সভাখনত নাওবৈচা বহু কেইজন শিক্ষক লগতে গন্য মান্য ব্যক্তি উপস্থিত থাকে । অভাজনে ছাত্ৰ ছাত্ৰীক উদ্দেশী ভাষন প্ৰদান কৰো

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version