Home ভাল খবৰঃ নিবনুৱা সন্থা দাবী প্ৰতি অসম চৰকাৰৰ সহাৰী

নিবনুৱা সন্থা দাবী প্ৰতি অসম চৰকাৰৰ সহাৰী

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিয়ে যোৱা ইংৰাজী ৮ আগষ্ট ২০২৫ তাৰিখে অসমৰ মাননীয় মুখ্য মন্ত্ৰীক ৩ দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল । স্মাৰক পত্ৰ ২ নং দাবী আছিল যে ।”অসমৰ বিভিন্ন বনভূমি , পথাৰ ,সত্ৰভূমি আৰু চৰকাৰী ভূমিত এই সন্দেহজনক লোকসকলক কোনে সংস্থাপিত কৰিলে তাৰ এটা উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰক ।” এই দাবী কায্যকৰী কৰাৰ ব্যৱস্থা ইতিমধ্যে অসম চৰকাৰে গ্ৰহন কৰিছে । এনে সিদ্ধান্ত বাবে সদৌ অসম নিবনুৱা সন্থাই অসম চৰকাৰৰ মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version