Home কাৰ্যসূচীঃ সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান কায্যসূচী

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান কায্যসূচী

0

আজি ধেমাজি জিলাৰ কছাৰী ময়দানত প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ উদ্যোগত জাতীয় জনগোষ্ঠীয় দল – সংগঠনৰ সহযোগত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান কায্যসূচীত অংশ গ্ৰহন কৰো ।মোৰ লগত সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি সাধাৰন সম্পাদক ভূপেন সোনোৱাল উপস্থিত থাকে । উক্ত প্ৰতিবাদী সভাত মাধুৰ্য শইকীয়াক আক্ৰমন কৰা কায্যক গৰিহনা দিয়া লগতে দুস্কৃতি কাৰীক গ্ৰেপ্তা কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় । এই আন্দ্ৰোলন কোনো জাতি বিৰুদ্ধে নহয় এই আন্দোলন দুস্কৃতি বিৰুদ্ধে।

18 / 100 SEO Score

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version