spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত সভাপতি পদত বিজয়ী খগেন কলিতা ডাঙৰীয়া সাধাৰণ সম্পাদক পদত বিজয়ী অমৰেন্দ্ৰ ডেকা ডাঙৰীয়াকে প্ৰমূখ্য কৰি সকলো বিজয়ী প্ৰাৰ্থীক সদৌ অসম...
Thursday, May 21, 2026
Home ভাল খবৰঃ দায়িত্ব অৰ্পণ

দায়িত্ব অৰ্পণ

যোৱা ইংৰাজী ১৮ আগষ্ট ২০২৫ তাৰিখে সদৌ অসম নিবনুৱা সন্থা কামৰূপ জিলা সমিতিৰ প্ৰছাৰ সম্পাদক হিচাপে তপন মহন্তক দায়িত্ব অৰ্পণ কৰা হয় । আশা কৰো তেখেতৰ নেতৃত্বত সংগঠনৰ কায্যসূচী সমূহ সুন্দৰ ভাবে প্ৰছাৰ হব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here