spot_img
অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই সদৌ অসম নিবনুৱা সন্থাই...
সদৌ অসম নিবনুৱা সন্থা আৰু জাফা লখিমপুৰ জিলা সমিতি সহযোগত আজি দিন যোৱা কায্যসূচীৰে আদৰ্শ বজাৰ পাঙ্গনত ড° ভূপেন হাজৰিকা চতুদৰ্শ মৃত্যু বাৰ্ষিকি অনুষ্ঠিত...
। জনজাতি সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত , লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সহযোগত যোৱা ইংৰাজী ১/১১/ ২০২৫ তাৰিখ শনিবাৰে বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত 'জনজাতি...
Thursday, March 5, 2026

জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জ্ঞাপন

Must Read
spot_img
- Advertisement -

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি আৰু কামৰূপ জিলা সমিতিয়ে যোৱা ইংৰাজী ২৬ অক্টোৱৰ ২০২৫ তাৰিখে গৰিমা গাৰ্গক তেখেতৰ বাস গৃহত সাক্ষ্যাৎ কৰি সম বেদনা জ্ঞাপন কৰা হয় । কেন্দ্ৰীয় সমিতি আইন উপদেষ্টা নীলমনি হাজৰিকা , প্ৰছাৰ সম্পাদক বদন কলিতা, সাধাৰন সম্পাদক জীৱন ৰাজখোৱা , কামৰূপ জিলা সমিতি সভাপতি ভূমিধৰ কলিতা সাধাৰন সম্পাদক জেহেৰুল ইছলাম লখিমপুৰ জিলা সমিতি সভাপতি বিনোদ দাস ।

- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Update

অইল ইণ্ডিয়াত তৃতীয়- চতুৰ্থ বৰ্গৰ পদত অসমভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ত্বৰাম্বিত কৰক

অইল ইণ্ডিয়া লিমিটেডত খালী থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত সমগ্ৰ অসমৰ পৰা নিবনুৱা যুৱক -যুৱতীক নিযুক্তি দিবলৈ দাবী...

More Articles Like This

- Advertisement -spot_img
0